নগাঁৱৰ হোটেলত উদ্ধাৰ হোৱা ধন প্ৰদ্যুত বৰদলৈৰ, ৰকিবুলৰ বাহনতো চলিল অভিযান

নগাঁৱৰ হোটেলত উদ্ধাৰ হোৱা ধন প্ৰদ্যুত বৰদলৈৰ, ৰকিবুলৰ বাহনতো চলিল অভিযান

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • নগাঁৱৰ হোটেলত উদ্ধাৰ হোৱা টকা প্ৰদ্যুত বৰদলৈৰ আছিল।
  • এই কথা ৰাজহুৱা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে।
  • বৰদলৈৰ মতে, আয়োগে নিৰ্ধাৰণ কৰি দিয়া পুঁজিৰে অংশ আছিল সেয়া।
  • পুলিং এজন্টেৰ চাহ-ভাতৰ বাবে ৰখা হৈছিল সেই টকা।
  • টকাখিনি বৈধ আছিল বুলি দাবী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।
  • পুলিং বুথৰ হিচাব মতে ভাগ কৰি থৈছিল টকাখিনি।
  • বিজেপিয়ে ষড়যন্ত্ৰমূলক ভাৱে এই টকাখিনি জব্দ কৰা বুলি অভিযোগ।
  • ইফালে ৰকিবুল হুছেইনৰ বাহনত ফ্লায়িং স্কোৱাডে চলালে অভিযান।
  • ডবকালৈ যোৱাৰ পথত চলাইছিল অভিযান।
  • ৰকিবুল হুছেইনৰ দাবী- হিমন্ত বিশ্বৰ ঘৰতো চলাওক অভিযান।