অসম বিনোদন ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ… ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ… asomiyapratidin 15 Oct 2019 17:31 IST Follow UsNew Updateছুপাৰহীট যতীন বৰাৰ ৰত্নাকৰ।চতুৰ্থটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৩ লাখ টকা।চাৰিদিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ১.৮৯ কোটি টকা।বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ।ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিকনৰ কলা-কুশলীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক