/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/29e8ff3d-c51a-4350-9a5e-ff0d0610444a/pocso.jpg)
-
কোকৰাঝাৰত ধৰ্ষণকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ।
-
নাবালিকা ধৰ্ষণকাৰী গাজি ৰহমান(২৫)ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা ।
-
পকছো আইনৰ ৬ নং ধাৰা অনুসৰি এই শাস্তি ।
-
জৰিমনা অনাদয়ে পুণৰ দুবছৰৰ অতিৰিক্ত কাৰাদণ্ড ।
-
আনহাতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২ নং ধাৰামতে এহাজাৰ টকা জৰিমনা ।
-
২০১৯ চনৰ ১০ ছেপ্টেম্বৰত গাজি ৰহমানে এগৰাকী নাৱালিকাক বলপূৰ্বক উঠাই নি নিজ ঘৰত ৰাখি কৰিছিল ধৰ্ষণ ।
-
গাজি ৰহমানে নাবালিকাগৰাকীৰ যৌনাংগত বাঁহেৰে আঘাত কৰিছিল ।
-
গোসাঁইগাঁও থানাত ৰজু হোৱা গোচৰ নং ৪২৫/২০ আৰু বিশেষ গোচৰ নং ৩/২১ মৰ্মে পকছো আইনৰ অধীনত চলিছিল গোচৰ ।
-
কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে.কোচৰ আদালতে কাৰাদণ্ডৰে দণ্ডিত কৰে গাজি ৰহমানক ।
-
গাজি ৰহমানৰ ঘৰ গোসাঁইগাঁওৰ যমুনাটাৰীত ।