New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- চাহিদুল আলী ওৰফে বাহুবলীক ২০ বছৰৰ সশ্রম কাৰাদণ্ড।
- ৬ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰিছিল চাহিদুলে।
- POSCO আইনৰ ৬নং ধাৰাত দোষী সাব্যস্ত চাহিদুল।
- চাহিদুলৰ বিৰুদ্ধে নুনমাটি থানাত ৰুজু হৈছিল গোচৰ।
- ১০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।
- জৰিমনা দিব নোৱাৰিলে ৬ মাহৰ অতিৰিক্ত কাৰাৱাস।
- ভুক্তভোগী কণমানিজনীয়ে পাব ১ লাখ টকা।
- এই ধন দিয়াৰ ব্যৱস্থা কৰিব কামৰূপ জিলা আইন সেৱা প্রাধিকৰণে।
- ২০১৯ৰ ১৬ নৱেম্বৰত নুনমাটিত সংঘটিত হৈছিল এই ঘটনা।
- কণমানিজনীৰ হৈ যুক্তি দৰ্শাইছিল চৰকাৰী অধিবক্তা দীপা বেজবৰুৱাই।