বিটিআৰত ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মান কৰা হ'ব: জ্ঞান মহোৎসৱত ৰণোজ পেগু

কোকৰাঝাৰ আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত শিক্ষামন্ত্ৰী ৰণোজ পেগু । জ্ঞান মহোৎসৱৰ ভূয়সী প্ৰশংসা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ।
বিটিআৰত ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মান কৰা হ'ব: জ্ঞান মহোৎসৱত ৰণোজ পেগু

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত শিক্ষামন্ত্ৰী ৰণোজ পেগু । জ্ঞান মহোৎসৱৰ ভূয়সী প্ৰশংসা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ।

তেওঁ কয় যে শিক্ষা অন্বেষণৰ বাবে নতুন দিশৰ সূচনা কৰিব জ্ঞান মহোৎসৱে । অসমৰ শিক্ষাৰ বাতাবৰণ সলনি হ'ব । উচ্চ শিক্ষাক অধিক গুৰুত্ব দিয়া হ'ব ।

উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰশ্ন ফাদিল হোৱাৰ কোনো তথ্য প্ৰমান নাই ।পৰীক্ষাৰ এঘণ্টাৰ পিছত ছাত্ৰ-ছাত্ৰী স্বাভাৱিকভাৱে ওলাই আহিব পাৰে ।

ইয়াৰোপৰি বিটিআৰ এলেকাত ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুণঃনিৰ্মান কৰা হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বঢ়ো।

তেওঁ কয় যে, জ্ঞান নহ'লে আগবাঢ়ি যাৱ নোৱাৰিম । বিশ্বৰ সতে একেলগে আগুৱাই যাবলৈ হ'লে জ্ঞানৰ দৰকাৰ । ঋণাত্মক চিন্তাধাৰা বাদ দি ধনাত্মক চিন্তাধাৰাৰে আগুয়াব লাগিব । শিক্ষাৰ বাবে আমি সকলোৱে সৰ্বোত্তোম জেনেৰেচন গঢ় দিব লাগিব ।

বিটিআৰত ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মান কৰা হ'ব: জ্ঞান মহোৎসৱত ৰণোজ পেগু
''অ' আংকল এতিয়াই আহিব নিদিবাচোন'' উফ! তাৰ খেলা বস্তুবোৰ লৈছেনে সি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in