New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/79076564-d285-4fbc-8191-1e25ba9450b9/ranjit.jpg)
গুৱাহাটীৰ দিছপুৰ থানাত ভয়ংকৰ ঘটনা।
থানাৰ লকআপতে আত্মহননৰ চেষ্টা আচামীৰ।
আচামীজনৰ নাম শ্বাহ আলম তালুকদাৰৰ।
ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম।
শৌচাগাৰৰ মগ ভাঙি ভঙা অংশৰে হাত কটাৰ চেষ্টা।
আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিছে শ্বাহ আলমক।