/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/650c37c6-86c2-49b9-bc3c-35151482ba21/ranjan.jpg)
Ranjan Daimary sentenced to life imprisonment: gauhati hc
NDFB নেতা ৰঞ্জন দৈমাৰীৰ কাৰাদণ্ডৰ ৰায় বাহাল।
যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
মঙলবাৰে এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে।
২০০৮ চনৰ,৩০ অক্টোবৰৰ বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।
আন ৯ অভিযুক্তৰো পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে।
৪ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ।
নিম্ন আদালতৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে।