/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
ডিজিটেল ডেস্ক : ৰংজুলিৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এক দুৰ্ঘটনা। দুখন তীব্রবেগী বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক।
উল্লেখ্য যে গোৱালাপাৰা অভিমুখে আহি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহতসকলক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ তথ্য় অনুসৰি আহতসকলৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।