ৰঙিয়াৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ বাইক আৰোহী

ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰঙিয়াৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ বাইক আৰোহী
road accident
  • ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী।

  • নিহত দুজন সঞ্জু দাস আৰু ৰিমন বিশ্বাস।

  • দুৰ্ঘটনাটোত এজন গুৰুতৰভাৱে আহত।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in