New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
নিয়ন্ত্রণ হেৰুৱাই ট্রাকত খুন্দা মটৰচাইকেলৰ।
দুৰ্ঘটনাত নিহত বাইক আৰোহীজন।
মৃত লোকজনৰ নাম যতীন কলিতা।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: কা- ৰূপায়ন কৰাতো প্ৰধানমন্ত্ৰীৰ সঠিক সিদ্ধান্ত, সমগ্ৰ দেশে ইয়াক সমৰ্থন কৰিছেঃ স্মৃতি ইৰানী