New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা।
দুখন বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হয়।
বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
বৰপেটা অভিমুখী বাছৰ সৈতে সংঘৰ্ষ স্কুলবাছৰ।
দুৰ্ঘটনাত প্রায় ২০ গৰাকী যাত্রী আহত।
সৌভাগ্যক্রমে স্কুলবাছখনত নাছিল কোনো শিক্ষাৰ্থী।
আহতসকলক চিকিৎসালয়ত ভৰ্তি।