ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

ডিজিটেল ডেস্ক : আজি ১৫ আগষ্ট, দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস। গুৱাহাটীতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰস্থিত খেলপথাৰত উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। ইয়াৰ ব্যতিক্ৰম নহয় ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ো।

Advertisment

ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ পুৰুষোত্তম সানহায়ে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ উপস্থিতিত পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলে দেশভক্তি মূলক নৃত্য-গীত পৰিৱেশন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী জীপাল কৰি তোলে।

আৰু পঢ়ক : 'দুৰ্নীতি আৰু ৰাজবংশীয় ৰাজনীতি দেশৰ বাবে বৃহৎ প্ৰত্যাহ্বান' : নৰেন্দ্ৰ মোডী

rangiya kendra vidyalaya assam guwahati