Advertisment

ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত  এখন ই-ৰিক্সা উদ্ধাৰ...

ৰঙাপৰাত পৰিত্যক্ত অৱস্থাত পৰি থকা এখন ই-ৰিক্সা উদ্ধাৰ কৰে স্থানীয় ৰাইজে। বৰজুলি চাহ বাগিচাৰ ২১ নং শাখাত এটা পথৰ কাষতে বিগত তিনিদিন ধৰি পৰি আছিল ই-ৰিক্সাখন।

author-image
Asomiya Pratidin
New Update
ৰঙাপাৰা

ৰঙাপাৰা Photograph: (ৰঙাপাৰা)

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  ৰঙাপৰাত পৰিত্যক্ত অৱস্থাত পৰি থকা এখন ই-ৰিক্সা উদ্ধাৰ কৰে স্থানীয় ৰাইজে। বৰজুলি চাহ বাগিচাৰ ২১ নং শাখাত এটা পথৰ কাষতে বিগত তিনিদিন ধৰি পৰি আছিল ই-ৰিক্সাখন। মালিক বিহীন AS-12- ER- 0321 নম্বৰৰ ই-ৰিক্সাখনত থকা চাৰিটা বেটাৰী চোৰে চুৰি কৰি লৈ যায়। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষী। আৰক্ষীয়ে ই-ৰিক্সাখন ৰঙাপৰা আৰক্ষী থানালৈ লৈ যায়। ৰঙাপৰাত দিনক দিনে ই-ৰিক্সাৰ বেটাৰী চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত ই-ৰিক্সাৰ চালকসকল চিন্তিত হৈ পৰিছে।

ৰঙাপাৰা