/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/bb011f7b-381e-4463-a681-7c36ed1480b9/111.jpg)
-
ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ ।
-
আব্দুল খালেকৰ পাছত এইবাৰ পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ ।
-
অসম বিধানসভাৰ বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল নেতা গৰাকীয়ে ।
-
ইয়াৰ ওপৰিও প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত বনমন্ত্ৰীৰ পদত আছিল ৰকিবুল হুছেইন ।
-
মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'বলৈ পদত্যাগ কৰে নেতা গৰাকীয়ে ।