New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- অৱশেষত ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল।
- নিৰ্বাচনত জয় লাভ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।
- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌৰা নাৰ্জাৰীৰ জয়লাভ।
- পৱিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰে ৪৬ টা ভোট।
- ৰৌণগৌৰা নাৰ্জাৰীয়ে লাভ কৰে ৪৪ টা ভোট।
- হাৰিল কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা।
- ৰিপুন বৰাই লাভ কৰিলে ৩৫ টা ভোট।
- ১টা ভোট নষ্ট ৰিপুন বৰাৰ।
- আনুষ্ঠানিক ঘোষণা বাকী।