আজি গুৱাহাটীলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

আজি গুৱাহাটীলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

author-image
asomiyapratidin
New Update
আজি গুৱাহাটীলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

  • শনিবাৰে গুৱাহাটীলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং।
  • ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ বীৰ যোদ্ধালৈ জনাব সন্মান।।
  • শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা হৈছে অনুষ্ঠানৰ।
  • ১০৫ গৰাকী বীৰ যোদ্ধালৈ প্রদান কৰা হ'ব সন্মান।
  • এই যুদ্ধত অসমৰ ৯জন শ্বহীদ হৈছিল।
  • আন দুজন যোদ্ধা শত্রুৰ হাতত বন্দী হৈছিল।
  • ৮ গৰাকী যোদ্ধা চিৰদিনৰ বাবে ঘূণীয়া হ'ব লগা হৈছিল।
  • কলাক্ষেত্রৰ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্রী, ৰাজ্যপাল।
assam rajnath singh