অসম মুখ্য-পৃষ্ঠা ৰাজীৱ কুমাৰ বৰা অসম লোকসেৱা আয়োগৰ নৱ নিযুক্ত অধ্যক্ষ … ৰাজীৱ কুমাৰ বৰা অসম লোকসেৱা আয়োগৰ নৱ নিযুক্ত অধ্যক্ষ … asomiyapratidin 08 Feb 2021 17:37 IST Follow UsNew Updateনিযুক্তি দিয়া হ'ল অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ।ৰাজীৱ কুমাৰ বৰাক নিযুক্ত কৰা হৈছে এই পদত।তেওঁ এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া।ৰাজ্যপালৰ উপস্থিতিত শপত গ্ৰহণ কৰিব নৱনিযুক্ত অধ্যক্ষজনে।সোমবাৰে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰী কৰিছে এই জাননী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক