পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ'ল অসমৰ যুৱক...

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ'ল অসমৰ যুৱক...
পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ'ল অসমৰ যুৱক...

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত মৃত্যু হ'ল অসমৰ এজন যুৱকৰ। বহিঃৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু হোৱা অসমৰ যুৱকজনৰ নাম ৰাজেশ দাস।

উল্লেখ্য যে, কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈছিল বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস নামৰ যুৱকজন। তাতেই সূৰ্যনগৰৰ এটা কোম্পানীত কাম কৰিছিল তেওঁ।

কিন্তু ৰহস্যজনক ভাৱে তাতেই ৰাজেশ দাসৰ মৃত্যু হোৱাত এতিয়া পৰিয়ালে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে। পৰিয়ালৰ মতে এয়া এক হত্যাকাণ্ড।

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ'ল অসমৰ যুৱক...
চি বি আইয়ে অব্যাহত ৰাখিছে জোনমণি কাণ্ডৰ তদন্তঃ লীনা দলেকে ধৰি ৩ বিষয়াক তলব...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in