/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1a6a7426-163e-4bda-ba56-b9f89772b3be/rajen.jpg)
ডিজিটেল ডেস্ক: সংবাদ ক্ষেত্ৰৰ বাবে এক দুখবৰ। ''আজিৰ বাতৰি'' কাকতৰ স্বত্বাধিকাৰী ৰাজেন বৰা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰা মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
সংবাদ জগতত বহু অৱদান আগবঢ়াই থৈ গৈছে বৰাই। ৰাজনীতিতো যোগদান কৰিছিল বৰাই। বৰাই অগপৰ হৈ থাওৰাৰ পৰা নিৰ্বাচন খেলিছিল যদিও পৰাজিত হৈছিল। এলঅচি কেলেংকাৰীৰ অন্যতম অভিযুক্ত আছিল বৰা। বিশিষ্ট ব্যৱসায়ী গৰাকীৰ মৃত্যুত শোকৰ ছা পৰিছে।
আৰু পঢ়ক: মেঘালয়লৈ নাযাব! গুলীয়াগুলীত মৃত্যু ৬ জনৰ, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু...