অসম নিৰ্বাচন-২০১৯ শিলচৰত শেষ হাঁহি মাৰিলে… শিলচৰত শেষ হাঁহি মাৰিলে… asomiyapratidin 23 May 2019 23:50 IST Follow UsNew Updateশিলচৰ সমষ্টিৰ চূড়ান্ত ফলাফল ঘোষণা।কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱতকৈ ৮১৫৯৬টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৪৯৯৪১৪টা ভোট।আনহাতে সুস্মিতা দেৱে লাভ কৰে ৪১৭৮১৮টা ভোট।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক