স্বামীৰ লগত গৈছিল প্রাতঃভ্রমণলৈ; তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু মহিলাৰ

ৰহাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident

  • ৰহাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ।

  • বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

  • ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত এই ঘটনা।

  • মৃত মহিলাগৰাকীৰ নাম পিংকী বৰা।

  • স্বামীৰ সৈতে প্রাতঃভ্রমণলৈ আহি থকা অৱস্থাতে এই দুৰ্ঘটনা।

  • বৰ্তমানেও ৰাজপথতে পৰি আছে মহিলাগৰাকীৰ মৃতদেহ।

assam road accident