ৰহাৰ এটা গুদামঘৰৰ পৰা জব্দ ৬০০ বস্তা চৰকাৰী চাউল...

ৰহাৰ চাপৰমুখৰ এটা গুদামত আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
ৰহাৰ এটা গুদামঘৰৰ পৰা জব্দ ৬০০ বস্তা চৰকাৰী চাউল...

raha rice seized

ডিজিটেল ডেস্ক : ৰহাৰ চাপৰমুখৰ এটা গুদামত আৰক্ষীয়ে চলালে অভিযান। অভিষেক আগৰৱালা নামৰ ব্যৱসায়ীজনৰ গুদামত আৰক্ষীয়ে চলালে অভিযান। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এই অভিযান।

উল্লেখ্য যে গুদামৰ পৰা জব্দ কৰা হৈছে ৬০০ বস্তা চৰকাৰী বিনামূলীয়া চাউল। ইয়াৰ উপৰিও আৰক্ষীয়ে ছীল কৰে গুদামঘৰটো। আনহাতে, তদন্তৰ বাবে আটক কৰে গুদামটোৰ চকীদাৰক।

nagaon raha assam