New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হ'ল জঘন্য ৰেগিং কাণ্ড ।
বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগ জ্যেষ্ঠ শিক্ষাৰ্থীৰ বিৰুদ্ধে ।
বিশ্ববিদ্যালয়ৰ আৰ চি চি ছাত্ৰাবাস ৩ ত সংঘটিত হৈছিল এই ঘটনা ।
অভিযুক্ত হজৰত আলী নামৰ এগৰাকী ছাত্ৰ ।
সমগ্ৰ ঘটনাক গাপ দিয়াৰ অভিযোগ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us