/asomiyapratidin/media/media_files/2025/04/02/21VFRRyfhG2p3cMqOE2O.jpg)
ডিজিটেল ডেস্কঃ পুৱা ৭ বজাৰ পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে অব্যাহত আছে। ৰাজ্যিক নিৰ্বাচন আয়োগ, অসমৰ তথ্য অনুসৰি ১১ বজা পৰ্যন্ত স্বায়ত্ব শাসিত পৰিষদখনৰ ভোটদানৰ হাৰ ৩৩.৩০ শতাংশ।
উল্লেখ্য যে,
এইবাৰ পৰিষদখনৰ মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী। ইয়াৰে ২ লাখ ১৬ হাজাৰ ১৮১ গৰাকী পুৰুষ ভোটাৰ। গোৱালপাৰা জিলাত সৰ্বাধিক ২ লাখ ৫৪ হাজাৰ ৬৪৪ গৰাকী ভোটাৰ আছে। পৰিষদখনৰ ভোট গণনা হ'ব ৪ এপ্ৰিল ২০২৫ ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us