অসম গুৱাহাটী মাত্ৰ ১০০ ভোটত আগবাঢ়ি আছে কুইন ওজা… মাত্ৰ ১০০ ভোটত আগবাঢ়ি আছে কুইন ওজা… asomiyapratidin 23 May 2019 11:42 IST Follow UsNew Update১০০ ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা।ওজাই লাভ কৰা ভোটৰ সংখ্যা ৮৬৯৩১।কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই বৰ্তমানলৈ লাভ কৰিছে ৮৬৮০৫টা ভোট। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক