অসম নিৰ্বাচন-২০১৯ গুৱাহাটীত ৪৬৪০১টা ভোটৰ ব্যৱধানত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী কুইন ওজা… গুৱাহাটীত ৪৬৪০১টা ভোটৰ ব্যৱধানত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী কুইন ওজা… asomiyapratidin 23 May 2019 15:54 IST Follow UsNew Updateগুৱাহাটী লোকসভা সমষ্টিত প্ৰায় ৪৬৪০১টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা।কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাক চেৰ পেলাই জয়ৰ দিশে আগবাঢ়িছে কুইন ওজা।সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক