/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/28d65936-1b5e-4178-9365-3e628ac14ee4/purnima_devi_barman_11.jpg)
· ড০ পূৰ্ণিমা দেৱী বৰ্মনক পুনৰ এক আন্তৰ্জাতিক সন্মান প্ৰদান
· গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ এইবেলি গ্রীণ অস্কাৰ গ’ল্ড বঁটা
· তেওঁ চলিত বৰ্ষৰ গ্রীণ অস্কাৰ গ’ল্ড বঁটাপ্ৰাপ্ত একমাত্র পৰিৱেশবিদ
· বুধবাৰে লণ্ডনত প্রদান কৰা হ’ব গ্রীণ অস্কাৰ গ’ল্ড বঁটা
· ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ড০ পূৰ্ণিমা দেৱী বৰ্মন
· ইংলেণ্ডৰ ৰাজপৰিয়ালৰ প্ৰিন্সেছ এনে প্ৰদান কৰিব এই বঁটা
· দুষ্প্রাপ্য হাড়গিলা সংৰক্ষণত আগবঢ়োৱা অৰিহণাৰ বাবে এই বঁটা প্ৰদান
Also Read: বিশিষ্ট শিল্পী অনিমা বৰুৱা শৰ্মাৰ সোঁৱৰণিত গ্ৰন্থ উন্মোচনী সভা