/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b99260f1-12ae-43aa-8816-0f4d27c7bdf4/3.jpg)
-
২০ শতাংশ বোনাচৰ দাবীত ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ৷
-
এটা কিস্তিত ২০ শতাংশ বোনাচ প্ৰদানৰ দাবী চাহ শ্ৰমিক ৰাইজৰ ৷
-
বাগিচা কৰ্তপক্ষই ২টা কিস্তিত বোনাচ প্ৰদানৰ সিদ্ধান্ত লৈছিল ৷
-
শ্ৰমিক ৰাইজে উক্ত সিদ্ধান্তক মানি লোৱা নাই, একেলগে ২০ শতাংশ বোনাচ দিব লাগিব বুলি, শ্ৰমিক ৰাইজৰ দাবী।