/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a3f99df6-2ee1-4abb-8651-ac2167653365/AP_Thumbnail_Rahul_Gandhi.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাহুল গান্ধীক সাংসদ পদৰ পৰা খাৰিজ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈথে প্ৰতিবাদ। বটদ্ৰৱাৰ কাকমাৰিতো দেখা গ'ল প্ৰতিবাদী সমদল। কংগ্ৰেছ নেতা তথা সাংসদ গৰাকীৰ পদ খাৰিজ কৰা প্ৰতিবাদত বটদ্ৰবা সমষ্টিৰ কাকমাৰিত দলীয় কৰ্মীলৈ বিধায়িকা শিবামনি বৰাই প্ৰতিবাদী সমদল উলিয়াই।
ৰাহুল গান্ধীৰ পদ খাৰিজ কৰি বিজেপিয়ে স্বৈৰাছাৰী ৰূপ বিশ্ববাসীৰ সন্মুখত উদঙাই দিছে বুলি মন্তব্য কৰে বিধায়িকৰা গৰাকীয়ে। কাকমাৰি দগাঁৱৰ পৰা উলিওৱা প্ৰতিবাদত সাংসদ খাৰিজ কৰা কাৰ্যক গৰিহণা বিধায়িকা শিবামনি বৰাৰ।
Also Read: Essay on Bihu in Assamese: বিহুৰ বিষয়ে ৰচনা