/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/liladhar-barhma.jpg)
প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ ভকতপাৰা নিবাসী বিশিষ্ট সাহিত্যিক, সমাজ সেৱক, সদৌ বাথৌ মহাসভাৰ সভাপতি ডঃ লিলাধৰ ব্ৰহ্মৰ ২১ আগষ্টৰ নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় । তেখেতৰ মৃত্যুত বিটিচি মুখ্য কায্যবাহী প্ৰমোদ বড়ো, ই এম দিগন্ত বৰুৱা, বড়ো সাহিত্য সভা, দৰং জিলা সাহিত্য সভা , মঙলদৈ প্ৰেছ ক্লাৱ আদি অনুস্থানে গভীৰ শোক প্ৰকাশ কৰে ।
উল্লেখ্য যে, ব্ৰহ্মৰ মৃতদেহ মঙলদৈ ভকত পাৰাৰ নিজ বাসগৃহলৈ আনি সোমবাৰে বিভিন্ন দল সংগঠনে এক শোভাযাত্ৰাৰ জৰিয়তে বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।