শিলচৰত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’, কি ক’লে ভাষণত…

শিলচৰত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’, কি ক’লে ভাষণত…

author-image
asomiyapratidin
New Update
শিলচৰত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’, কি ক’লে ভাষণত…

  • শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সু্স্মিতা দেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ।
  • এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ প্ৰিয়ংকাৰ।
  • ক্লাব ৰোডৰ পৰা আৰম্ভ হোৱা এই ৰেলীত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী সু্স্মিতা দেৱসহ কংগ্ৰেছৰ কেইবাজনো নেতা।
  • ৰেলীত অংশগ্ৰহণ ৩০ হাজাৰতকৈও অধিক সমৰ্থকৰ।
  • ৰোড শ্ব'ৰ মাজতে ঠায়ে ঠায়ে ভাষণ প্ৰিয়ংকা গান্ধীৰ।
  • ভাষণত মোডীক তীব্ৰ সমালেচনা৷
  • 'কংগ্ৰেছৰ আঁচনি সমূহ বন্ধ কৰিছে বিজেপিয়ে।'
  • মোডীক ভ্ৰষ্টাচাৰী নেতা আখ্যা৷
  • 'কংগ্ৰেছৰ দিনত কাৰ্যক্ষম হৈ থকা কাগজ কল দুটা বন্ধ কৰি দিলে বিজেপিয়ে৷'
  • 'চাহ শ্ৰমিকৰ উন্নয়নত ব্যৰ্থ বিজেপি৷'
  • 'আজি মহিলা সুৰক্ষিত নহয়।'
  • 'গুজৰাটৰ পৰা নিৰ্বাচিত মোডীৰ গৃহ ৰাজ্য খনৰে খবৰ ল'বলৈ সময় নাই মোডীৰ৷'
  • 'অথচ, বিদেশত ভ্ৰমণত ব্যস্ত থাক।'
  • ভাষণত সুস্মিতা দেৱক প্ৰশংসা প্ৰিয়ংকাৰ।
  • 'মহিলা কংগ্ৰেছৰ বাবে দিল্লীৰ ৰাজপথ কঁপাইছে সুস্মিতাই৷
  • 'সুস্মিতাক সত্যবাদী নেত্ৰী বুলি অভিহিত প্ৰিয়ংকাৰ৷'
  • কংগ্ৰেছৰ ঘোষণা পত্ৰ সকলোকে অধ্যয়ন কৰিবলৈ আহ্বান৷
  • ভাষণত কংগ্ৰেছৰ নূন্যতম আয় যোজনাৰ কথাও উনুকিয়ালে প্ৰিয়ংকাই।
  • 'অসমত প্ৰক্ষেপ কৰা সকলো প্ৰাৰ্থীকে বহু পৰীক্ষা কৰি প্ৰক্ষেপ কৰা হৈছে৷'
  • অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন কংগ্ৰেছ প্ৰাৰ্থীয়ে বিশাল ভোটত জয়ী হ'ব বুলি দাবী।