/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2f894ac4-3b78-4f19-bbc1-515162f83b29/dfg.jpg)
প্ৰিয়ংকা গান্ধী
-
আজি পুনৰ নিৰ্বাচনী প্রচাৰৰ বাবে অসমলৈ আহিব প্রিয়ংকা গান্ধী ৱাদ্রা
-
ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্রচাৰ চলাব প্রিয়ংকা গান্ধী ৱাদ্রাই
-
আজি পুৱা ১০ বজাত বালাজানত নিৰ্বাচনী ৰেলীত কৰিব অংশগ্ৰহণ
-
ধুবুৰীৰ কংগ্রেছ প্রাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্রচাৰ চলাব প্রিয়ংকাই