আজি অসমলৈ প্ৰিয়ংকা গান্ধী…

আজি অসমলৈ প্ৰিয়ংকা গান্ধী…

author-image
asomiyapratidin
New Update
চৰকাৰী সংস্থা আৰু গণতন্ত্ৰক দুৰ্বল কৰাৰ বাবে বিজেপিয়ে ৰচা ষড়যন্ত্ৰৰ প্ৰমাণ কৰ্ণাটকৰ ৰাজনীতিঃ প্ৰিয়ংকা গান্ধী

প্ৰতীকি ফটো

  • আজি বৰাকত প্ৰচাৰ চলাব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সচিব প্ৰিয়ংকা গান্ধী ভদ্ৰাই।
  • শিলচৰত সুস্মিতা দেৱৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকাই।
  • প্ৰিয়ংকাৰ আগমনৰ বাবে কংগ্ৰেছে ব্যাপক আয়োজন কৰিছে শিলচৰত।
  • বৰাকৰ ২ সমষ্টিত ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন।