গুৱাহাটীৰ কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন

গুৱাহাটীৰ কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন
  • গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন।

  • হত্যাৰ অভিযোগত কাৰাবন্দী আছিল মনদ্বীপ ৰাভা।

  • এমাহৰ পেৰলত ঘৰলৈ গৈছিল হত্যাত অভিযুক্ত মনদ্বীপ।

  • বকোৰ বাসগৃহৰ পৰা পলাতক কয়দীজন।

  • মনদ্বীপৰ পলায়নৰ পাছতেই কেন্দ্রীয় কাৰাগাৰত হাহাকাৰ।

  • আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই পলাতক কয়দীজনৰ।

গুৱাহাটীৰ কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন
KKHSOU ৰ আমন্ত্ৰণঃ ভাৰতীয় সংস্কৃতিৰ ওপৰত ১০০ টা অনলাইন বক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in