/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/407ca86b-082e-47f0-a366-a6e7398aa87d/arrest.jpg)
গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন।
হত্যাৰ অভিযোগত কাৰাবন্দী আছিল মনদ্বীপ ৰাভা।
এমাহৰ পেৰলত ঘৰলৈ গৈছিল হত্যাত অভিযুক্ত মনদ্বীপ।
বকোৰ বাসগৃহৰ পৰা পলাতক কয়দীজন।
মনদ্বীপৰ পলায়নৰ পাছতেই কেন্দ্রীয় কাৰাগাৰত হাহাকাৰ।
আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই পলাতক কয়দীজনৰ।
Also Read: KKHSOU ৰ আমন্ত্ৰণঃ ভাৰতীয় সংস্কৃতিৰ ওপৰত ১০০ টা অনলাইন বক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই