New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr.jpg)
- আজিৰে পৰা দাম বৃদ্ধি পাব কেইবাবিধো সা-সামগ্রীৰ।
- GSTৰ ফলত বহু খাদ্য, ঘৰুৱা সামগ্রীত বাঢ়িব দাম।
- দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিত বাঢ়িব দাম।
- দাম বাঢ়িব LED লাইট, চামৰাৰ সামগ্রী, হাস্পতালৰ কোঠাৰ।
- বাঢ়িব হোটেলৰ কোঠাৰ ভাড়াকে আন কেতবোৰ ক্ষেত্রত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us