/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/98335ded-2e9c-42b2-b25b-4742f24929ef/111.jpg)
গুৱাহাটী মহানগৰীত পুনৰ বাঢ়িল চিটীবাছৰ ভাড়া
ভাড়া বৃদ্ধিৰ নিৰ্দেশনা জাৰি পৰিবহণ বিভাগৰ
১৪ ছেপ্টেম্বৰতে নিৰ্দেশনাযোগে বৃদ্ধি কৰিলে ভাড়া
এতিয়াৰে পৰা মহানগৰীত চিটীবাছৰ ন্যূনতম ভাড়া ১০টকা
সৰ্বাধিক ভাড়া ৩০ টকালৈ বৃদ্ধি
চিটীবাছত ৫ কিলোমিটাৰলৈ ভাড়া ১০ টকা
৫ ৰ পৰা ৯ কিলোমিটাৰলৈ ভাড়া ১৫ টকা
৯ ৰ পৰা ১৩ কিলোমিটাৰলৈ ভাড়া ১৮ টকা
১৩ৰ পৰা ১৭ কিলোমিটাৰলৈ ভাড়া ২২ টকা
১৭ ৰ পৰা ২১ কিলোমিটাৰলৈ ভাড়া ২৬ টকা
২১ৰ পৰা ২৫ কিলোমিটাৰলৈ ভাড়া হ’ব ৩০ টকা
২৫ কিঃমিটাৰৰ পিছত প্রতি কিলোমিটাৰত ১টকাকৈ ভাড়া বৃদ্ধি পাব
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
Follow Us