ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তইঃ কেবৰ বিৰোধিতাৰে মই ভোটদানৰ পৰা বিৰত আছিলো…

ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তইঃ কেবৰ বিৰোধিতাৰে মই ভোটদানৰ পৰা বিৰত আছিলো…

author-image
asomiyapratidin
New Update
ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তইঃ কেবৰ বিৰোধিতাৰে মই ভোটদানৰ পৰা বিৰত আছিলো…

  • ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তই।
  • কেবৰ বিৰোধিতাৰে মই ভোটদানৰ পৰা বিৰত আছিলো'।
  • 'ৰূপক শৰ্মাই এই কথা অনুধাৱন কৰিব পৰা নাই'।
  • 'অসমত খিলঞ্জীয়া সংখ্যালঘু হ'লেহে অনুধাৱন কৰিব পাৰিব'।
  • এগজিট প'ল সন্দৰ্ভতো প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিক্ৰিয়া।
  • 'এগজিট প'ল সঁচা হ'লে ভোটগণনাৰ কোনো প্ৰয়োজনেই নাছিল'।
  • উল্লেখ্য যে, 'পৰেশ বৰুৱা আৰু প্ৰফুল্ল মহন্তৰ মাজত কোনো পাৰ্থক্য নাই আৰু
    ভোটদান নকৰি বঢ়মপুৰৰ ৰাইজক অপমান কৰিছে বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছিল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই।