অসম আৰক্ষীৰ বাইক ৰেলী, ১০মে’ত বিশেষ কাৰ্যসূচী…

অসম আৰক্ষীৰ বাইক ৰেলী, ১০মে’ত বিশেষ কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
অসম আৰক্ষীৰ বাইক ৰেলী, ১০মে’ত বিশেষ কাৰ্যসূচী…

ডিজিটেল ডেস্ক: ১০ মে'ত উদযাপন কৰা হ'ব অসম আৰক্ষীৰ 'ৰাষ্ট্ৰপতি বৰণ সন্মান'ৰ গৌৰৱময় কাৰ্যসূচী। ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে কৰিছে জাতীয় সংহতি বাইক ৰেলীৰ।

Advertisment

এই বাইক ৰেলী উপস্থিত হয় ধুবুৰীৰ ইণ্ডো-বাংলাদেশ সীমান্তত। ডিজিপি ভাস্কৰজ্যোতি মহন্তক, আইপিএছ আনন্দ মিশ্ৰকে ধৰি কেইবাগৰাকী আৰক্ষীয়ে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে।

ধুবুৰীৰ অসম বংগ সীমান্তৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী শদিয়ালৈ চলিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ অৰ্থে উলিওৱা হৈছে এই বাইক ৰেলী।

আৰু পঢ়ক: প্ৰাক্তন বিধায়ক ডালীম  ৰায়ৰ দেহাৱসান …

dgp President’s Colours to Assam Police Assam police