New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/prafulla-kumar-mahanta-759.jpg)
ফাইল ফটো
- ভোটদান বৰ্জন কৰি প্ৰথমবাৰলৈ মুখ খুলিছে প্ৰফুল্ল কুমাৰ মহন্তই।
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৈ ভোটদান নকৰাৰ কথা প্ৰকাশ।
- 'কেব-এ সৰ্বনাশ আনিব'।
- 'প্ৰধানমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জনোৱা হৈছিল।'
- 'অসমৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতা কৰিছে।'
- 'বিজেপিয়ে অসমৰ ৰাইজক প্ৰত্যাহ্বান জনাইছে।'
- 'আমি পূৰ্বৰ পৰা বিলৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছিলো।'
- 'বিধেয়কখন আনিমেই বুলি কৈছে বিজেপিয়ে।'
- ইফালে ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ কন্যাই।
- কন্যাই বিবেক ভোট দিয়া বুলি মন্তব্য প্ৰফুল্ল মহন্তৰ।
- উল্লেখ্য যে, বঢ়মপুৰত ৫৭ শতাংশ লোকে সাব্যস্ত কৰিছে ভোটাধিকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us