অসম নিৰ্বাচন-২০১৯ নগাঁৱত ৰূপকক চেৰাই আগত প্ৰদ্যুত… নগাঁৱত ৰূপকক চেৰাই আগত প্ৰদ্যুত… asomiyapratidin 23 May 2019 22:53 IST Follow UsNew Updateনগাঁৱত ১৯১৪৯ টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰদ্যুত বৰদলৈয়ে।প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ৭৩৫৯৯৯টা ভোট।আনহাতে ৰূপক শৰ্মাই লাভ কৰিছে ৭১৬৮৫০টা ভোট।কিছুসময় পাছতে ঘোষণা হ'ব চূড়ান্ত ফলাফল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক