মৰিগাঁৱত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে

মৰিগাঁৱত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে

author-image
asomiyapratidin
New Update
মৰিগাঁৱত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে

ফাইল ফটো

  • মৰিগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰদুৎ বৰদলৈয়ে নিৰ্বাচনক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
  • 'মোৰ দায়িত্ব বাঢ়িছে৷'
  • 'ৰাইজৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিছো৷'
  • 'ভিতৰুৱাকৈ বহুতে মোক সহায় কৰিছে৷'
  • 'মই লাভ কৰা সহাঁৰিয়ে মোক জয়ী কৰাব।'
  • ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছ কৰ্মীক ভাবুকি দিয়াক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থীজনে।
  • আৰক্ষীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ প্ৰাক্তন মন্ত্ৰীজনৰ।