অসম মুখ্য-পৃষ্ঠা মন্ত্ৰী চন্দন ব্ৰহ্মক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী মন্ত্ৰী চন্দন ব্ৰহ্মক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী asomiyapratidin 12 Apr 2019 11:37 IST Follow UsNew Updateওদালগুৰিত মঙ্গলদৈৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী।মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগক নস্যাৎ দৈমাৰীৰ।অভিযোগৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত।'মন্ত্ৰী চন্দন ব্ৰহ্মই ভুৱা প্ৰচাৰেৰে ভোট আদায়ৰ চেষ্টা চলাইছে।'মই কোনো ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী নাযাওঃ দৈমাৰী।এবছু-এনডিএফবি(প্ৰ)ই মোক সমৰ্থনহে কৰিছেঃ দৈমাৰী।বৃহস্পতিবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই এবছু নেতা প্ৰমোদ বড়োক বেপাৰী আখ্যা দি বিস্ফোৰক অভিযোগ কৰিছিল।অভিযোগৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।চন্দন ব্ৰহ্মই মন্তব্য কৰিছিল- প্ৰমোদ বড়োৱে মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীক কংগ্ৰেছ-বিজেপিৰ হাতত বিক্ৰীৰ চেষ্টা চলাইছে।এই অভিযোগৰ পাছতে শুকুৰবাৰে মুখ খুলিলে ইউপিপিএলৰ মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীয়ে।কেইবা লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবীও কৰিলে প্ৰদীপ কুমাৰ দৈমাৰীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
মন্ত্ৰী চন্দন ব্ৰহ্মক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী
মন্ত্ৰী চন্দন ব্ৰহ্মক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত বিস্ফোৰক মন্তব্য প্ৰদীপ দৈমাৰী