New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/prabinnn.jpg)
- লোকসংস্কৃতিবিদ, গৱেষক ড০ প্রবীণ চন্দ্র দাসৰ দেহাৱসান।
- নিশা ১.৩০ বজাত দেহাৱসান হয় প্রয়াত গৱেষকগৰাকীৰ।
- দীৰ্ঘদিন ধৰি ব্রেইন ষ্ট'কত ভুগি আছিল ড০ প্রবীণ চন্দ্র দাস।
- হেল্থ চিটি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লেখকগৰাকীৰ।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক আছিল ড০ প্রবীণ চন্দ্র দাস।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us