ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে লগত নিব এই কেইখন নথি…

ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে লগত নিব এই কেইখন নথি…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ৯১টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • পুৱা ৭ বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ।
  • ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে লগত নিব লাগিব কিছু প্ৰয়োজনী নথি।
  • প্ৰয়োজনী নথি নহ'লে আপোনাক দিব নিদিয়ে ভোট।
  • ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে আপুনি তলত উল্লেখিত যিকোনো এখন নথি লৈ যাব লাগিব লগত-
  • ১. ভোটাৰ পৰিচায় পত্ৰ।
  • ২.আধাৰ কাৰ্ড।
  • ৩. ড্ৰাইভিং লাইছেন্স।
  • ৪. জ'ব কাৰ্ড।
  • ৫. বেংক বা ডাকঘৰৰ পাছবুক।
  • ৬. সেৱা পৰিচয় পত্ৰ।
  • ৭. পাছপৰ্ট।
  • ৮ ফটোসহ পেন্সনৰ নথি।
  • ৯. আৰ জি আইৰ অনুমতি প্ৰাপ্ত স্মাৰ্ট কাৰ্ড।