ইভিএম বিকল হোৱাৰ বাবে বহু কেন্দ্ৰত পলমকৈ ভোটগ্ৰহণ…

ইভিএম বিকল হোৱাৰ বাবে বহু কেন্দ্ৰত পলমকৈ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • মৰনৈ বেবেজীয়াৰ কৰঙা বলাহী প্ৰাথমিক বিদ্যালয়ত ই ভি এম বিসংগতি।
  • মন্ত্ৰী নৱ দলেৰ গৃহগাঁও কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ত পুৱাৰ পৰা বহু সময় ধৰি ই ভি এম বিকল।
  • ইফালে ই ভি এম বিকল হৈ থকা আন কেইটামান কেন্দ্ৰ হৈছে-
  • ফুকন গাঁও এল ,পি,স্কুলত পুৱা ৭ বজাৰ পৰা ৮.৩০ বজাৰ লৈকে বিকল হৈ থাকে ই ভি এম।
  • দক্ষিণ ঘিলামৰা এম ই স্কুলত পুৱা ৭ বজাৰ পৰা ৯.২৫ লৈকে বিকল হৈ থাকে ই ভি এম।
  • ঢাপলিয়াল মজলীয়া বিদ্যালয়ত পুৱা ৭ বজাৰ পৰা ৯ বজালৈকে বিকল হৈ থাকে ই ভি এম।
  • লামু গাঁও এল পি স্কুলত পুৱা ৭ বজাৰ পৰা ৯.২৫ বজালৈকে বিকল হৈ থাকে ই ভি এম।
  • বলাহী কাঠনি এল পি স্কুলত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় যদিও কিন্তু ৭০ শতাংশ ভোট সম্পূৰ্ণ হোৱা পিছতে বিকল হৈ পৰে ই ভি এম।