New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- ডিব্ৰুগড়ত বিয়লি ৩ বজালৈকে ৬১ শতাংশ ভোটদান।
- যোৰহাটত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৫ শতাংশ।
- লখিমপুৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৫শতাংশ।
- তেজপুৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬০ শতাংশ।
- কলিয়াবৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৪ শতাংশ।
- ইফালে ৫টা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৬৩ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us