/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/31059d37-246d-4340-a95d-7c51cfb37142/victor_das.jpg)
police raid victor das house
· ভিক্টৰ দাসৰ দদৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান।
· সোমবাৰে চলাই আৰক্ষীয়ে অভিযান।
· অভিযানত আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ।
· লগতে জব্দ কৰিছে বহু সামগ্ৰী।
· শনিবাৰে আদালতত হাজিৰ কৰা হৈছিল ভিক্টৰ দাসক।
· ৭ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল ভিক্টৰ দাসক।
· তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত টকাৰ লেন দেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।