কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্রমণত আহত দুগৰাকী আৰক্ষী

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্রমণত আহত দুগৰাকী আৰক্ষী

  • কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্রমণত আহত দুগৰাকী আৰক্ষী

Advertisment
  • আহত নিলামবজাৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া প্রদীপ সিনহা

  • আহত গৌতম মহন্ত নামৰ এগৰাকী বেটেলিয়ানৰ জোৱান

  • ব্রাক্ষণশাসন শিববাৰী এলেকাত সংঘটিত এই ঘটনা

  • নাবালিকাক ধৰ্ষণৰ তদন্তৰ বাবে গৈছিল আৰক্ষীৰ দলটো

  • অভিযুক্ত গৌতম ৰবিদাসে আক্রমণ চলাইছিল আৰক্ষীৰ দলটোৰ ওপৰত

  • আৰক্ষীয়ে আটক কৰে অভিযুক্ত গৌতম ৰবিদাসক

  • আহত আৰক্ষীদ্বয়ক চিকিৎসালয়লৈ প্রেৰণ

assam karimganj