/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fe1afe91-7889-46e9-ac06-79da0a9b183e/sss.jpg)
-
লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ ঘটনা
-
চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ
-
নিহত নামৰূপ থানাৰ OC অনুপম গোৱালা
-
বিষয়াগৰাকীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী মহিলাও
-
সংকটজনক অৱস্থাত মহিলাগৰাকীক AMCHত ভৰ্তি
-
মৃত অনুপম গোৱালাৰ ঘৰ বোকাখাতৰ কাকচাঙত
-
ঘটনাস্থলীত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াই আৰম্ভ কৰিছে তদন্ত
Also Read: আমেৰিকা যুক্তৰাষ্ট্ৰ-নাটো বাহিনীক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পুটিনৰ...