বুকুত গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ…

বুকুত গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ…
  • অভয়াপুৰীত আৰক্ষী জোৱানৰ আত্মহনন।
  • দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা।
  • অষ্টম অসম সশস্ত্র আৰক্ষী বাহিনীৰ জোৱান চিত্তৰঞ্জন চৌধুৰীৰ আত্মহনন।
  • কাৰ্বাইনেৰে বুকুত গুলীয়াই আত্মহনন কৰে জোৱানজনে।
  • জানিব পৰা মতে দীৰ্ঘদিন ধৰি কোনো ৰোগত আক্রান্ত হৈ আছিল জোৱানজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in